Assam History:
We have answered some questions from Assam history here. Today we offered the first part of Assam history. Next day we will continue to share with you, and there will always be 10 question sand answers in one part. Hope everyone embraces us.
( আমি ইয়াত অসম বুৰঞ্জীৰ কিছু প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছো। আজি অসম বুৰঞ্জীৰ প্ৰথম ভাগ আগবঢ়ালো। পৰবৰ্তী দিনত ভাগ ভাগ হিচাপে আপোনালোকলৈ আগবঢ়াই যাম, আৰু সদায় এটা ভাগত ১০ টাকৈ প্ৰশ্নউত্তৰ থাকিব। আশা কৰো সকলোৱে আমাক আকোৱালি লয়। )
অসম বুৰঞ্জী
প্ৰশ্ন উত্তৰ সমূহঃ
1. আহোমসকলৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল ?
পুৰন্দৰ সিংহ
2. প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?
মোমাই তামুলী
3. মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?
চন্দ্রকান্ত সিংহ
4. আহোম সকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল ?
চৰাইদেউ
5. আহোম সকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল ?
১২৫৩
6. আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত জন্ম হৈছিল ?
১১৯১ খ্ৰীষ্টাব্দত
7. আহোম সকলৰ শেষ ৰাজধানী ক'ত আছিল ?
যোৰহাট
8. কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
লক্ষ্মী সিংহ
9. কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল?
চুকাফা
10. আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল?
১২৬৮ খ্ৰীষ্টাব্দত
0 Comments
If you have any doubts, Please let me know