সাধাৰণ জ্ঞান

1. G-20 সন্মিলন ভাৰতত কেতিয়া অনুষ্ঠিত হ'ব?



... Answer is B)
২০২৩ চনত অনুষ্ঠিত হ'ব


2. Intelligence Bureauৰ অধ্যক্ষ কোন ?



... Answer is C)
অৰবিন্দ কুমাৰ


3. শ্ৰীযুত ৰামেশ্বৰ তেলি হ'ল এগৰাকী ?



... Answer is C)
খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী


4. ২০১৯ বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল ?



... Answer is D)
উদ্ধৱ ভৰালী


5. কোনখন দেশ BIMSTECৰ সদস্য নহয় ?



... Answer is D)
কিগ্ৰিস্থান


6. Council of States নামাকৰণ কৰা হ'ল ?



... Answer is C)
ৰাজ্য সভা


7. ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে ?



... Answer is C)
বিধান পৰিষদৰ নিৰ্বাচিত সদস্য


8. 'Monopoly' শব্দৰ সৈতে যুক্ত কৰা হয় ?



... Answer is A)
পুঁজিবাদ


9. ৰাজ্যসভাৰ সভাপতি কোন ?



... Answer is C)
ভাৰতৰ উপৰাষ্ট্ৰপতি

 
10. বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ?



... Answer is B)
ভেংকেয়া নাইডু

Post a Comment

1 Comments

If you have any doubts, Please let me know